ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : শৰীৰত গুটি-গুটি ওলোৱা এবিধ সংক্রামক ৰোগ
ಉದಾಹರಣೆ : মার্চ, এপ্রিল মাহত বসন্তৰ প্রাদুর্ভাৱ অধিক হয়
ಸಮಾನಾರ್ಥಕ : আই ওলোৱা, পক্স, বসন্ত, বসন্ত ওলোৱা, বসন্ত ৰোগ, শীতলা
ಅರ್ಥ : বয়সীয়াল বা বুঢ়ি মহিলাৰ বাবে আদৰসূচক সম্বোধন
ಉದಾಹರಣೆ : আইতা আপুনি আপোনাৰ ভৰিটো ওপৰলৈ তোলক
ಸಮಾನಾರ್ಥಕ : আইতা
ಅರ್ಥ : জন্ম দিয়া নাৰী বা যি নাৰী ্ ধর্ম, ্ সমাজ, আইন-কানুন আদিৰ ভিত্তিত পূজনীয়া
ಉದಾಹರಣೆ : মোৰ মা এগৰাকী সতী-সাধ্বী মহিলা নৈৰ সমান বʼব কোন আইৰ সমান হʼব কোন
ಸಮಾನಾರ್ಥಕ : জননী, জন্মদাত্রী, বৌ, বৌটি, মা, মাতৃ
ಅರ್ಥ : গাৰ ছালত সৰু সৰু ফোঁহাৰ দৰে হোৱা এবিধ সংক্রামক ৰোগ
ಉದಾಹರಣೆ : সৰুআই হোৱা ৰোগীক সদায় চাফা ঠাইত ৰাখিব লাগে
ಸಮಾನಾರ್ಥಕ : বসন্ত ৰোগ, সৰুআই
ಸ್ಥಾಪನೆ