ಅರ್ಥ : দূৰত বা পৃথক কৰি থোৱা
ಉದಾಹರಣೆ :
কীটনাশক ঔষধবোৰ সদায় লʼৰা-ছোৱালীয়ে ঢুকি পোৱাৰ পৰা আঁ্তৰাই থʼব লাগে
ಸಮಾನಾರ್ಥಕ : আঁ্তৰাই থোৱা
ಅರ್ಥ : নির্দিষ্টভাৱে থকা ঠাইৰ পৰা আঁতৰ্ কৰা অৱস্থা
ಉದಾಹರಣೆ :
কোনোবাই মোৰ নামটো ভোটাৰ তালিকাৰ পৰা আঁ্তৰালে
ಸಮಾನಾರ್ಥಕ : আঁ্তৰাই দিয়া, উলিওৱা, উলিয়াই দিয়া
ಅರ್ಥ : পূর্বৰ ্স্থানৰ পৰা কোনো অন্য স্থানলৈ নিয়া
ಉದಾಹರಣೆ :
চকীবোৰ ইয়াৰ পৰা তালৈ আঁত্্ৰাই নিনিবা
ಅರ್ಥ : কোনো ঠাই এৰিবলৈ ব্যতিব্যস্ত কৰা
ಉದಾಹರಣೆ :
কার্যনি্র্বাহকে কিছুমান কর্ম্্চাৰীক তেওঁলোকৰ পদবীৰ পৰা বর্খাস্ত কৰিলে
ಸಮಾನಾರ್ಥಕ : পদচ্যুত কৰা, বর্খাস্ত কৰা