ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো বস্তুৰ পৰা কোনো অংশ আঁতৰ হৈ পৰা
ಉದಾಹರಣೆ : শিমলু গছৰ ফল শুকাই যোৱাৰ লগে লগে ফাটি যায়
ಸಮಾನಾರ್ಥಕ : আঁ্তৰা, ফটা, ফাটি যোৱা
ಅರ್ಥ : নিজৰ অধিকাৰ, প্রভুত্ব আদিৰ পৰা আঁতৰি অহা কার্য
ಉದಾಹರಣೆ : ৰজাই ৰাজ-সিংহাসন এৰি দিলে মিছা আৰোপ লগোৱাৰ কাৰণে সঞ্চালকে নিজৰ পদবীৰ পৰা আঁতৰি গʼল
ಸಮಾನಾರ್ಥಕ : এৰা, এৰি দিয়া, ত্যাগ কৰা
ಅರ್ಥ : দূৰ হোৱা
ಉದಾಹರಣೆ : ডাৱৰ আঁতৰি গʼল
ಸಮಾನಾರ್ಥಕ : আঁ্তৰা
ಸ್ಥಾಪನೆ