ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : দাঁত, নখ, ঠোট বা হাতুৰা আদিৰে কোনো বস্তু ফালি-চিৰি কিছু অংশ আঁজুৰি লোৱা
ಉದಾಹರಣೆ : শগুণে মৃত জন্তুৰ মাংস খামুচি আছে
ಸಮಾನಾರ್ಥಕ : আঁচোৰ মৰা, খামুচা, খামোচ মৰা, চিকোটা
ಅರ್ಥ : নখেৰে খজুওৱা কার্য
ಉದಾಹರಣೆ : ফোহাটো আঁচুৰি থাকিলে ঘা লাগিব
ಸಮಾನಾರ್ಥಕ : আঁচুৰি থকা
ಸ್ಥಾಪನೆ