ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ অৱৰোধ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

অৱৰোধ   বিশেষ্য

ಅರ್ಥ : গতি অৱৰুদ্ধ হোৱা স্থিতি

ಉದಾಹರಣೆ : দুর্ঘ্্টনা হোৱাৰ কাৰণে পথ অৱৰোধ হৈ পৰিছে

ಸಮಾನಾರ್ಥಕ : গতিৰোধ

ಅರ್ಥ : কোনো কাম, পথ, বিকাশ আদিৰ সন্মুখত উপস্থিত হৈ অসুবিধাৰ সৃষ্টি হোৱা অৱস্থা

ಉದಾಹರಣೆ : মোহনে মোৰ সকলো কামতে বাধা জন্মায়

ಸಮಾನಾರ್ಥಕ : অন্তৰায়, অসুবিধা, আলৈ-আহুকাল, আহুকাল, জেঙা, নিষেধ, প্রতিবন্ধ, প্রতিবন্ধক, প্রতিবন্ধকতা, বাধা, বাধা-নিষেধ, বাধা-বিঘিনি, বাধাদান, বিঘিনি, ব্যাঘাত, লেঠা, হকা-বধা, হেঙা-পুঙা, হেঙাৰ

ಅರ್ಥ : শত্রু, অপৰাধী আদিক ঘেৰাও কৰা বা ধৰিবৰ কাৰণে কোনো ঠাইৰ অহা-যোৱা কৰা পথ বন্ধ কৰা কার্য

ಉದಾಹರಣೆ : ভাৰত আৰু পাকিস্তানৰ সীমাত সন্ত্রাসবাদীৰ অনুপ্রৱেশ ৰুধিবৰ কাৰণে পথ অৱৰোধ কৰা হৈছে

ಸಮಾನಾರ್ಥಕ : অৱৰোধন, ঘেৰিধৰণ