ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যাৰ কোনো আকাৰ নাই
ಉದಾಹರಣೆ : সন্ত কবীৰ নিৰাকাৰ ঈশ্বৰৰ উপাসক আছিল
ಸಮಾನಾರ್ಥಕ : অৱয়ববিহীন, আকাৰবিহীন, আকাৰহীন, নিৰাকাৰ, নিৰাকৃতি, নৈৰাকাৰ, মূর্তিহীন
ಅರ್ಥ : যাৰ শৰীৰ নাই
ಉದಾಹರಣೆ : ভূত-প্রেতক অশৰীৰী হিচাপে গণ্য কৰা হয়
ಸಮಾನಾರ್ಥಕ : অকায়, অতনু, অশৰীৰ, অশৰীৰী, অৱয়ববিহীন, কায়াশূন্য, কায়াহীন, দেহবিহীন, দেহশূন্য, দেহহীন, নিৰৱয়ব, বিদেহ, বিদেহী, শৰীৰবিহীন, শৰীৰহীন
ಸ್ಥಾಪನೆ