ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি কথা বা কামে কাৰোবাৰ মান বা প্রতিষ্ঠা হানি কৰে
ಉದಾಹರಣೆ : আমি কাকো অনাহকত অপমান কৰা উচিত নহয়
ಸಮಾನಾರ್ಥಕ : অনাদৰ, অপদস্থ, অপমান, অশ্রদ্ধা, অসন্মান, অৱজ্ঞা, অৱমাননা, উপেক্ষা, তিৰস্কাৰ
ಅರ್ಥ : উত্তৰদায়িত্ব পালন নকৰা কার্য
ಉದಾಹರಣೆ : পুত্রৰ বৃদ্ধ পিতৃৰ প্রতি অৱহেলা দেখি বৰ দুখ লাগে
ಅರ್ಥ : কাৰোবাৰ আজ্ঞা বা কথা নমনা কার্য ্বা ভাব
ಉದಾಹರಣೆ : ডাঙৰৰ আদেশ অৱজ্ঞা কৰিব নাপায় বুলি আমাক সৰুৰে পৰাই শিকোৱা হয়
ಸಮಾನಾರ್ಥಕ : অগ্রাহ্য, অনাদৰ, অৱজ্ঞা, আওকাণ, আওহেলা, উপেক্ষা, হেলা, হেলা-ওটা
ಸ್ಥಾಪನೆ