ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : এনেধৰণৰ কোনো কাম কৰা বা কথা কোৱা কার্য ্ যিয়ে কাৰোবাৰ মান-সন্মান আৰু প্রতিষ্ঠাত আঘাত হানে
ಉದಾಹರಣೆ : ৰামে শ্যামৰ বিৰুদ্ধে আদালতত মানহানিৰ গোচৰ ৰুজু কৰিলে
ಸಮಾನಾರ್ಥಕ : মানহানি
ಅರ್ಥ : যি কথা বা কামে কাৰোবাৰ মান বা প্রতিষ্ঠা হানি কৰে
ಉದಾಹರಣೆ : আমি কাকো অনাহকত অপমান কৰা উচিত নহয়
ಸಮಾನಾರ್ಥಕ : অনাদৰ, অপদস্থ, অপমান, অশ্রদ্ধা, অসন্মান, অৱজ্ঞা, অৱহেলা, উপেক্ষা, তিৰস্কাৰ
ಸ್ಥಾಪನೆ