ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ অৱনতি ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

অৱনতি   বিশেষ্য

ಅರ್ಥ : অৱনমিত হোৱা বা কমি অহা কার্য ্বা ভাব

ಉದಾಹರಣೆ : শ্বেয়াৰ বজাৰৰ মূল্যত একেৰাহে হোৱা অৱনতিৰ কাৰণবোৰ বিচাৰ কৰা হৈছে

ಸಮಾನಾರ್ಥಕ : ন্যূনতা

ಅರ್ಥ : উন্নত অৱস্থা, বৈভৱ, উচ্চ পদমর্যাদা আদিৰ পৰা বহু তলৰ স্তৰলৈ অহা কার্য

ಉದಾಹರಣೆ : বেয়া গুণে মানুহৰ পতন ঘটায়

ಸಮಾನಾರ್ಥಕ : অধঃপতন, অধঃপাত, অধোগমন, চ্যুতি, পতন

ಅರ್ಥ : যুদ্ধৰ সময়ত নগৰ, কিল্লা আদি নিজৰ হাতৰ পৰা আনৰ হাতলৈ যোৱা কার্য

ಉದಾಹರಣೆ : মোগলে কৰা আক্রমণত ভালেমান ভাৰতীয় ৰজাৰ পতন ঘটিছিল

ಸಮಾನಾರ್ಥಕ : অধঃপতন, অধঃপাত, পতন, স্খলন