ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ অৱনত ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

অৱনত   বিশেষণ

ಅರ್ಥ : তলমূৰ কৰি থকা

ಉದಾಹರಣೆ : ফলেৰ অৱনত হৈ থকা ডালবোৰ মাটিত লাগি আছে

ಸಮಾನಾರ್ಥಕ : নত

ಅರ್ಥ : আগৰ ফালে হাউলি থকা

ಉದಾಹರಣೆ : অৱনত শাখাবোৰ কাটি দিয়াই ভাল হʼব

ಅರ್ಥ : যি তলমূৰ কৰি আছে

ಉದಾಹರಣೆ : ফল লগাৰ সময়ত গছবোৰ অধোনমিত হয়

ಸಮಾನಾರ್ಥಕ : অধোগত, অধোগামী, অধোনমিত, অধোমুখী, অৱনমিত, নিম্নগত, নিম্নগামী

ಅರ್ಥ : যিটোৰ অৱনতি ঘটিছে বা যাৰ ব্যৱহাৰ ভাল নহয়

ಉದಾಹರಣೆ : অধঃপতিত লোকে সমাজক ৰসাতললৈ নিয়ে

ಸಮಾನಾರ್ಥಕ : অধঃপতিত, অধোগত, অৱনমিত, পতিত

ಅರ್ಥ : যাৰ দৰ বা ভাও কমি গৈছে

ಉದಾಹರಣೆ : বজাৰলৈ নতুন নতুন উৎপাদিত বস্তু অহাৰ কাৰণে প্রত্যেক বস্তুৰ দাম কমি গৈছে

ಸಮಾನಾರ್ಥಕ : কম, মন্দা