ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ অৱতাৰ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

অৱতাৰ   বিশেষ্য

ಅರ್ಥ : জীৱন ধাৰণ কৰা কার্য:কৃষ্ণৰ জন্ম মথুৰাত হৈছিল

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : আৱির্ভাৱ, উদ্ভৱ, উপজনন, উৎপত্তি, ওপজা, জগা, জনম, জন্ম, দেহধাৰণ, পয়দা, ভূমিষ্ঠ, সংবৃত্তি, সম্ভৱ

ಅರ್ಥ : দেৱতাসকলৰ অৱতাৰ গ্রহণ কৰা ৰূপ

ಉದಾಹರಣೆ : ভগৱান বিষ্ণুৰ চৌবিশ অৱতাৰৰ ভিতৰত ৰামো এজন

ಅರ್ಥ : পোন-প্রথম অস্তিত্ব ধাৰণ কৰা কার্য ্বা উৎপন্ন হোৱা কার্য ্বা ভাব

ಉದಾಹರಣೆ : সর্বপ্রথম পৃথিৱীত এককোষীয় জীৱৰ জন্ম হৈছিল

ಸಮಾನಾರ್ಥಕ : অভ্যুদয়, আবি্র্ভাৱ, আৱি্র্ভাৱ, উদ্ভৱ, উদয়, উপজনন, উৎপত্তি, জন্ম

ಅರ್ಥ : কোনো বিশেষ উদ্দেশ্যেৰে দেৱতা আদিৰ সংসাৰী প্রাণীৰ শৰীৰত পৃথিৱীলৈ আগমন

ಉದಾಹರಣೆ : ত্রেতাযুগত ভগৱান ৰামৰ অৱতাৰ হৈছিল