ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যিটো ৰুচিকৰ নহয়
ಉದಾಹರಣೆ : অৰুচিকৰ কাম কৰা উচিত নহয়
ಸಮಾನಾರ್ಥಕ : অপ্রিয়, অপ্রীতিকৰ
ಅರ್ಥ : যিটো ৰুচিপূর্ণ নহয়
ಉದಾಹರಣೆ : এইটো আপোনাৰ কাৰণে অৰুচিকৰ কাহিনী হৈছে যদিও মই ইয়াত আনন্দ পাইছোঁ
ಸಮಾನಾರ್ಥಕ : অসাৰ, নীৰস, ৰসহীন, ৰুচিহীন
ಅರ್ಥ : যিটোক খাবলৈ ইচ্ছা নাথাকে
ಉದಾಹರಣೆ : অৰুচিকৰ হʼলেও কিছুমান পুষ্টিকৰ খাদ্য খাব লাগে
ಸಮಾನಾರ್ಥಕ : উপাদেয় নোহোৱা, জিভাত নলগা, জুতি নলগা, মুখত নলগা, সোৱাদ নলগা
ಸ್ಥಾಪನೆ