ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যাৰ সৈতে শত্রুতা আছে
ಉದಾಹರಣೆ : শত্রু আৰু জুইক কেতিয়াও বলহীন বুলি ভাবিব নালাগে
ಸಮಾನಾರ್ಥಕ : বৈৰী, শত্রু, ৰিপু
ಅರ್ಥ : শত্রুৰ ভাব বা কার্য
ಉದಾಹರಣೆ : আপুনি শত্রুতা পাহৰি যোৱাটোৱেই ভাল
ಸಮಾನಾರ್ಥಕ : আখেজ, দুচমন, দুছমন, দুশমন, দ্বেষ, দ্রোহ, প্রতিকূলতা, বিদ্বেষ, বিৰোধিতা, বিৰোধী ভাব, বৈৰীতা, শতুৰালি, শতুৰু, শত্রুতা, শতৰু
ಸ್ಥಾಪನೆ