ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যʼত বহু ঠাই জুৰি গছ-গছনি, জোপোহা আদিৰে ভৰি থাকে
ಉದಾಹರಣೆ : প্রাচীন কালত ঋষি-মুনিসকলে হাবিত বাস কৰিছিল
ಸಮಾನಾರ್ಥಕ : অটবী, অৰণ্যানী, কানন, গছনি, জংগল, জংঘল, জঙ্গল, জঙ্ঘল, জাৰণি, ঝাৰণি, বন, বননি, বনানি, বিপিন, হাবি, হাবি-বননি, হাবিয়নি
ಅರ್ಥ : ডাঙৰ আৰু ডাঠ জংঘলী ক্ষেত্রত থকা গছ-গছনি বা অন্য উদ্ভিদ
ಉದಾಹರಣೆ : প্রকৃতিৰ চিন্তা নকৰাকে মানুহে জংঘল কাটি আছে
ಸಮಾನಾರ್ಥಕ : জংঘল, বন
ಸ್ಥಾಪನೆ