ಅರ್ಥ : এঠাইৰ পৰা আন ঠাইত উপস্থিত হোৱা:সি বজাৰৰ পৰা আহিল ্ তেওঁ ্ এইমাত্র উপস্থিত হʼল
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : আগমন কৰা, উপস্থিত হোৱা, পোৱা
ಅರ್ಥ : ঋতু বা সময়ৰ শুভাৰম্ভ হোৱা
ಉದಾಹರಣೆ :
বসন্তকাল আহিল
ಅರ್ಥ : ক্রয় কৰি কোনো বস্তু লাভ কৰা
ಉದಾಹರಣೆ :
সোমবাৰে আমাৰ নতুন গাড়ী আহিব