ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ অস্থিৰ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

অস্থিৰ   বিশেষণ

ಅರ್ಥ : একে ঠাইত স্থিৰ হৈ নথকা

ಉದಾಹರಣೆ : যোগেন্দ্র ইয়াত নিটিকে, তেওঁ এজন অস্থিৰ ব্যক্তি

ಅರ್ಥ : যি স্থিৰ হৈ নাথাকি চঞ্চলতাৰে কাম কৰে বা চঞ্চল মনৰ

ಉದಾಹರಣೆ : মোহন এটা চঞ্চল লʼৰা, সি শান্তিৰে একে ঠাইতে বহি থাকিবই নোৱাৰে

ಸಮಾನಾರ್ಥಕ : অধৈর্য, চঞ্চল

ಅರ್ಥ : এটা স্থিতিত নথকা বা যি কেতিয়াবা ইয়াত বা কেতিয়াবা তাত হয়

ಉದಾಹರಣೆ : কোনো কাম-কাজ নথকাৰ বাবে ৰমেশৰ স্থিতি অস্থিৰ হৈ পৰিল

ಅರ್ಥ : যি শান্ত নহয়

ಉದಾಹರಣೆ : চঞ্চল মন কোনো কামতে বহুৱাব নোৱাৰি

ಸಮಾನಾರ್ಥಕ : অশান্ত, অস্থিৰচিত্ত, উৎকণ্ঠিত, চঞ্চল, বিচলিত