ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ অসুখ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

অসুখ   বিশেষ্য

ಅರ್ಥ : মনে অসন্তোষ আৰু কষ্ট পোৱা এনে এক অৱস্থা বা কথা যাৰ যোগেদি মনোকষ্ট লাঘৱৰ বাবে স্বাভাৱিক প্রবৃত্তিৰ মূর্ত ্ প্রকাশ ঘটে

ಉದಾಹರಣೆ : দুখত পৰিলেহে ৰাম নাম লʼবলৈ মনত পৰে

ಸಮಾನಾರ್ಥಕ : কষ্ট, দুঃখ, দুখ, পীড়া, বেজাৰ, বেদনা, মনঃক্লেশ, মনস্তাপ, যাতনা, শোক, সন্তাপ

ಅರ್ಥ : দেহ-মন আদিক অসুস্থ কৰি তোলা শাৰীৰিক প্রক্রিয়া

ಉದಾಹರಣೆ : যত্ন নোলোৱা শৰীৰত নানান বেমাৰ হʼব পাৰে ডাঙৰ-ডাঙৰ ডাক্তৰেও ৰোগটো চিনাক্ত কৰিব নোৱাৰিলে

ಸಮಾನಾರ್ಥಕ : অসুখ-বিসুখ, অস্বস্থতা, আজাৰ, আধি-ব্যাধি, আর্তি, নৰিয়া, বিকাৰ, বেমাৰ, বেমাৰ-আজাৰ, ব্যাধি, ৰোগ, ৰোগ-ব্যাধি, ৰোগভোগ

ಅರ್ಥ : আপোন ব্যক্তিৰ মৃত্যুত বা বিয়োগৰ কাৰণে মনত হোৱা কষ্ট

ಉದಾಹರಣೆ : ৰামৰ বনবাসত সমগ্র অযোধ্যা নগৰীত শোকৰ ছাঁ পৰিল তেখেতৰ মৃত্যুত সকলো গণ্য-মান্য ব্যক্তিয়ে শোক প্রকাশ কৰিলে

ಸಮಾನಾರ್ಥಕ : অন্তর্দাহ, ক্লেশ, দুঃখ, দুখ, পীড়া, বিষাদ, বেজাই, বেজাৰ, বেদনা, ব্যথা, মনঃক্লেশ, মনস্তাপ, মনোকষ্ট, যন্ত্রণা, যাতনা, শোক, শোগ, সন্তাপ