ಅರ್ಥ : অসম ৰাজ্যৰ ভাষা
ಉದಾಹರಣೆ :
তেওঁ হিন্দী, গুজৰাটী আৰু মাৰাঠীৰ লগতে অসমীয়াও কʼব পাৰে
ಸಮಾನಾರ್ಥಕ : অসমীয়া ভাষা
ಅರ್ಥ : অসম ৰাজ্যৰ অধিবাসী
ಉದಾಹರಣೆ :
ভালেমান অসমীয়া মোৰ ভাল বন্ধু
ಅರ್ಥ : অসম ৰাজ্যৰ নিবাসী
ಉದಾಹರಣೆ :
মোৰ ভালেমান অসমীয়া বন্ধু আছে
ಅರ್ಥ : অসমীয়া ভাষাৰ সৈতে সম্বন্ধ থকা বা অসমীয়া ভাষাৰ
ಉದಾಹರಣೆ :
তেওঁৰ অসমীয়া সাহিত্যৰ একো জ্ঞান নাই
ಅರ್ಥ : যিটো অসম সম্বন্ধীয় বা অসমৰ লগত জড়িত
ಉದಾಹರಣೆ :
মোৰ ককা-দেউতাই ভালেমান বছৰ অসমত কটোৱাৰ কাৰণে তেখেতৰ অসমীয়া সংস্কৃতিৰ বিষয়ে ভাল জ্ঞান আছে
ಅರ್ಥ : অসমত থকা বা বসতি কৰা
ಉದಾಹರಣೆ :
সন্ত্রাস সমস্যাৰ দ্বাৰা অসমীয়া লোক পীড়িত