ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : স্বীকাৰ নকৰাৰ ভাব বা কার্য
ಉದಾಹರಣೆ : প্রধান শিক্ষকে মোৰ আবেদন পত্রত অসন্মতি প্রকাশ কৰিলে
ಸಮಾನಾರ್ಥಕ : অগ্রাহ্য, অননুমোদন, অনিচ্ছা, অমত, অমান্তি, অসন্মতি, আপত্তি, দ্বিমত, নামঞ্জুৰ, প্রত্যাখান, মানা
ಅರ್ಥ : কোনো কথা, কাম আদিত সহমত নোহোৱা ভাব বা কার্য
ಉದಾಹರಣೆ : সদস্যসকলৰ অসন্মতিৰ কাৰণেই এই আঁচনিখন ওলমি আছে
ಸಮಾನಾರ್ಥಕ : অমান্তি, অসন্মতি, অসহমত, সন্মতিহীনতা
ಸ್ಥಾಪನೆ