ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি অদৰকাৰেৰে পূর্ণ
ಉದಾಹರಣೆ : অদৰকাৰী কথাবোৰ কৈ নাথাকিবা
ಸಮಾನಾರ್ಥಕ : অদৰকাৰী, অনাৱশ্যকীয়, অলাগতিয়াল, অলাগতীয়া অপ্রয়োজনীয়, নলগা-, যা-তা, লাপি-লুপা
ಅರ್ಥ : যিটো উচিত বা যুগুত নহয়
ಉದಾಹರಣೆ : তেওঁৰ অনুচিত কথাই এই কাজিয়াৰ কাৰণ
ಸಮಾನಾರ್ಥಕ : অনুচিত, অন্যায়, অযথার্থ, অযুগুত, অসজ, অসমীচীন, ন্যায়বিৰুদ্ধ, ভুল
ಸ್ಥಾಪನೆ