ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি কথা বা কামে কাৰোবাৰ মান বা প্রতিষ্ঠা হানি কৰে
ಉದಾಹರಣೆ : আমি কাকো অনাহকত অপমান কৰা উচিত নহয়
ಸಮಾನಾರ್ಥಕ : অনাদৰ, অপদস্থ, অপমান, অসন্মান, অৱজ্ঞা, অৱমাননা, অৱহেলা, উপেক্ষা, তিৰস্কাৰ
ಅರ್ಥ : আস্থা বা শ্রদ্ধাৰ অভাৱ
ಉದಾಹರಣೆ : অনাস্থাৰে কৰা পূজা কেতিয়াও সফল নহয়
ಸಮಾನಾರ್ಥಕ : অনাস্থা, আস্থাৰহিত, শ্রদ্ধাৰহিত
ಸ್ಥಾಪನೆ