ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : ভাগ্য বা সংযোগবশতঃ হোৱা
ಉದಾಹರಣೆ : দৈৱিক ঘটনাক অৱজ্ঞা কৰা বৰ কঠিন
ಸಮಾನಾರ್ಥಕ : দৈৱিক
ಅರ್ಥ : পৰলোকৰ লগত সম্বন্ধ ৰখা
ಉದಾಹರಣೆ : মহাত্মাজীয়ে পৰলৌকিক কথা কৈ আছে
ಸಮಾನಾರ್ಥಕ : দিব্য, পৰলৌকিক
ಅರ್ಥ : ইন্দ্রিয়ৰ দ্বাৰা জ্ঞান বা অনুভৱ নোহোৱা
ಉದಾಹರಣೆ : ঈশ্বৰ ইন্দ্রিয়াতীত
ಸಮಾನಾರ್ಥಕ : অতিন্দ্রিয়, অপ্রত্যক্ষ, ইন্দ্রিয়গোচৰ, ইন্দ্রিয়াতীত, দেহাতীত, পৰোক্ষ
ಅರ್ಥ : যি মানৱী নহয় বা তাৰ ওপৰৰ
ಉದಾಹರಣೆ : ৰাম, কৃষ্ণ আদি অলৌকিক পুৰুষ আছিল
ಸಮಾನಾರ್ಥಕ : অমানৱী
ಸ್ಥಾಪನೆ