ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যিটো বহুতেই কম
ಉದಾಹರಣೆ : অকণমান বৰষুণতে ৰোৱা-ধানখিনি নষ্ট হৈ গʼল
ಸಮಾನಾರ್ಥಕ : অকণমান, অলপমান, অলপীয়া, স্বল্প
ಅರ್ಥ : সংখ্যাত তাকৰ
ಉದಾಹರಣೆ : মোৰ অলপমান টকাৰ প্রয়োজন হৈছে
ಸಮಾನಾರ್ಥಕ : অলপমান
ಅರ್ಥ : যিটো হিচাপতকৈ কম
ಉದಾಹರಣೆ : নিজৰ পৰিশ্রমৰ বলত ্তেওঁ কম সময়ৰ ভিতৰতে বহুতো উন্নতি কৰিলে
ಸಮಾನಾರ್ಥಕ : অপ্রচুৰ, অপ্রতুল, অল্প, আংশিক, কম, কিছু, ক্ষণিক, ন্যূন, লেশ
ಅರ್ಥ : কম অংশৰ বা কম অংশৰ সৈতে সম্বন্ধিত
ಉದಾಹರಣೆ : এই অঞ্চলটোৰ অলপ ঠাই বানপানীত ডুব গৈছে
ಸಮಾನಾರ್ಥಕ : কম, ন্যূন
ಸ್ಥಾಪನೆ