ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি যোগ্য নহয়
ಉದಾಹರಣೆ : তেওঁৰ ্ডাঙৰ লʼৰাটো বৰ অযোগ্য
ಸಮಾನಾರ್ಥಕ : অলায়ক
ಅರ್ಥ : যিজন যোগ্য নহয়
ಉದಾಹರಣೆ : প্রবন্ধকগৰাকীয়ে অযোগ্য লোকসকলক সংস্থাৰ পৰা উলিয়াই দিলে
ಸಮಾನಾರ್ಥಕ : অনুপযুক্ত, অনুপযোগী, অলায়ক, গড়লায়ক, জলধা, যোগ্যহীন
ಅರ್ಥ : যি কোনো কাম কৰাৰ কাৰণে যোগ্য নহয়
ಉದಾಹರಣೆ : অকর্মণ্য ব্যক্তি সমাজৰ বোজা স্বৰূপ
ಸಮಾನಾರ್ಥಕ : অকর্মণ্য
ಸ್ಥಾಪನೆ