ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : ধর্মগ্রন্থত বর্ণিত থকা এক তৰল পদার্থ ্যাক পান কৰিলে জীৱ অমৰ হৈ পৰে
ಉದಾಹರಣೆ : সমুদ্র মন্থনৰ সময়ত ওলোৱা অমৃতৰ বাবে দেৱতা আৰু অসুৰ সকলে যুদ্ধ কৰিবলৈ ধৰিলে
ಸಮಾನಾರ್ಥಕ : অমিয়, অমী, পীয়ুষ, মধু, সুধা
ಸ್ಥಾಪನೆ