ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ অমিল ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

অমিল   বিশেষ্য

ಅರ್ಥ : কোনো দল বা মানুহৰ মাজত এজন আনজনৰ বিৰোধী হোৱা ভাব

ಉದಾಹರಣೆ : কৌৰৱ-পাণ্ডৱৰ মাজত বিভেদ সৃষ্টি কৰি প্রতিশোধ লোৱাই শকুনি মামাৰ উদ্দেশ্য আছিল

ಸಮಾನಾರ್ಥಕ : অনৈক্য, ফাট, বিভাজন, বিভেদ, ভেদ

অমিল   বিশেষণ

ಅರ್ಥ : যিটো সদৃশ নহয় বা এটা আনটোৰ লগত নিমিলে

ಉದಾಹರಣೆ : সকলো ধর্মৰে ্ মার্গ বেলেগ বেলেগ হʼলেও লক্ষ্য একেই

ಸಮಾನಾರ್ಥಕ : অনেক প্রকাৰ, অনেক ৰকম, অনেকবিধ, না না, নানা, নানা প্রকাৰ, নানাতৰহ, নানান, নানাপ্রকাৰ, নানাবিধ, পৃথক, বহু প্রকাৰ, বহু ৰকম, বহুবিধ, বিবিধ, বিবিধপ্রকাৰ, বিভিন্ন, বেলেগ বেলেগ, ভিন্ন, হৰেকৰকম

ಅರ್ಥ : যʼত মিল নাই

ಉದಾಹರಣೆ : তেওঁ নিজৰ অমিল বিবাহক লৈ সুখী

ಸಮಾನಾರ್ಥಕ : বিযুৰীয়া