ಅರ್ಥ : অসাৱধান হৈ থকা অৱস্থা বা ভাব
ಉದಾಹರಣೆ :
অসাৱধানতাৰে ৰাষ্টা পাৰ হোৱাৰ সময়ত মোহনক এখন গাড়ীয়ে খুন্দামাৰি থৈ গʼল
ಸಮಾನಾರ್ಥಕ : অসাৱধানতা
ಅರ್ಥ : কোনো কথা বা কামত মন লীন নোহোৱা দশা বা ভাব
ಉದಾಹರಣೆ :
যোগৰ দ্বাৰা অমনোযোগিতা দূৰ কৰিব পাৰি
ಸಮಾನಾರ್ಥಕ : ধ্যানহীনতা