ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কল্যাণ বা মংগল নথকা
ಉದಾಹರಣೆ : তোমাৰ এই কামটোৰ দ্বাৰা সকলোৰে অমংগলহে হʼব
ಸಮಾನಾರ್ಥಕ : অকল্যাণ, অনিষ্ট, অপকাৰ, অপায়-অমংগল, অমঙ্গল, অশুভ, অহিত, বিপদ, বিমংগল, বিমঙ্গল
ಅರ್ಥ : যি লক্ষণ অশুভৰ পৰিচায়ক
ಉದಾಹರಣೆ : ৰামে লংকাত প্রবেশ কৰোতেই অশুভ লক্ষণে দেখা দিলে
ಸಮಾನಾರ್ಥಕ : অশুভ লক্ষণ
ಸ್ಥಾಪನೆ