ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : মনৰ ভাল লগা ভাব
ಉದಾಹರಣೆ : তেওঁ নিজৰ ৰুচি অনুসৰিহে কোনো কাম কৰে
ಸಮಾನಾರ್ಥಕ : ইচ্ছা, পছন্দ, ৰুচি
ಅರ್ಥ : প্রাকৃতিকভাৱে কোনো কাম আদিত হোৱা ধাউতি
ಉದಾಹರಣೆ : পঢ়াৰ প্রতি ধাউতি দেখি ্তেওঁক চহৰলৈ পঠোৱা হʼল
ಸಮಾನಾರ್ಥಕ : আগ্রহ, ইচ্ছা, ধাউতি, মন, হাবিলাস, হাবিয়াস, ৰুচি
ಅರ್ಥ : যাৰ প্রতি মৰম ওপজে বা যিজন অতি মৰমৰ
ಉದಾಹರಣೆ : এইখন মোৰ অতি প্রিয় গ্রন্থ
ಸಮಾನಾರ್ಥಕ : পছন্দ, প্রিয়, ভাল লগা, ৰুচি
ಸ್ಥಾಪನೆ