ಅರ್ಥ : যি গৰাকী মহিলাৰ বিবাহ হোৱা নাই
ಉದಾಹರಣೆ :
মাক-দেউতাকক অবিবাহিত মহিলাৰ বিয়াৰ চিন্তাই মনোকষ্ট দিয়ে
ಸಮಾನಾರ್ಥಕ : অবিবাহিত মহিলা, কুমাৰী
ಅರ್ಥ : যিজন পুৰুষ বিবাহিত নহয়
ಉದಾಹರಣೆ :
এই পদটোত কেৱল অবিবাহিত পুৰুষেহে আবেদন কৰিব পাৰিব
ಸಮಾನಾರ್ಥಕ : অবিবাহিত পুৰুষ