ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যিজন বিচলিত নহয়
ಉದಾಹರಣೆ : অবিচলিত লোকে নিজৰ লক্ষ্যত সহজেই উপনীত হয়
ಸಮಾನಾರ್ಥಕ : অবিচলিত, স্থিৰ
ಅರ್ಥ : যি সিদ্ধান্ত সলনি নহয়
ಉದಾಹರಣೆ : পিতামহ ভীষ্মই বিয়া নাপাতো বুলি দৃঢ় প্রতিজ্ঞা কৰিলে তেওঁৰ নিজৰ সিদ্ধান্তত অটল
ಸಮಾನಾರ್ಥಕ : অটল, একনিষ্ঠ, একাগ্র, দৃঢ়, নিমগ্ন, স্থিৰ
ಅರ್ಥ : যি নিজৰ ঠাইৰপৰা আঁতৰিব নোৱাৰে বা যাৰ গতি নাই
ಉದಾಹರಣೆ : পাহাৰ-পর্বত স্থিৰ
ಸಮಾನಾರ್ಥಕ : অচল, অচৰ, অটল, অলৰ, অলৰ-অচৰ, গতিহীন, থিৰ, দৃঢ়, নিশ্চল, স্থাণু, স্থিতিশীল, স্থিৰ
ಸ್ಥಾಪನೆ