ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যাৰ সীমা নাই
ಉದಾಹರಣೆ : সাধুজনে ভগৱানৰ অসীম লীলাৰ গুণ-গান বখানি আছে
ಸಮಾನಾರ್ಥಕ : অপাৰ, অপৰিসীম, অসীম, সীমাহীন
ಅರ್ಥ : যʼত বাধা বা অৱৰোধ নাই
ಉದಾಹರಣೆ : এইটো বাধাহীন মার্গ
ಸಮಾನಾರ್ಥಕ : অপ্রতিহত, অবাধিত, অবাৰিত, নির্বিঘ্ন, নিষ্কণ্টক, বাধাশূন্য, বাধাহীন, মসৃণ, সুগম
ಅರ್ಥ : যিটো নিষিদ্ধ নহয়
ಉದಾಹರಣೆ : আমি অনিষিদ্ধ কামহে কৰিব লাগে
ಸಮಾನಾರ್ಥಕ : অনিষিদ্ধ
ಅರ್ಥ : যʼত কোনো বিৰোধ বা বাধা নাথাকে
ಉದಾಹರಣೆ : আপোনাৰ এই কামটো অবাধ ভাবে সম্পন্ন হʼব
ಸ್ಥಾಪನೆ