ಅರ್ಥ : যিটো প্রকৃতি সম্বন্ধীয় নহয়
ಉದಾಹರಣೆ :
সাপে যদি খুটিবলৈ আৰু বাঘে যদি চিকাৰ কৰিবলৈ এৰি দিয়ে তেনেহʼলে ইয়াতকৈ ডাঙৰ অপ্রাকৃতিক ঘটনা আৰু কি হʼব পাৰে !
ಸಮಾನಾರ್ಥಕ : অপ্রাকৃতিক
ಅರ್ಥ : যি স্বাভাৱিক নহয়
ಉದಾಹರಣೆ :
আজিকালি ্ তেওঁৰ ্ মাজত কিছুমান অস্বাভাৱিক লক্ষণ দেখা গৈছে
ಸಮಾನಾರ್ಥಕ : অতিস্বাভাৱিক, অপ্রাকৃতিক, অস্বাভাৱিক