ಅರ್ಥ : যি নি্র্ধাৰিত নহয়
ಉದಾಹರಣೆ :
বন্ধৰ কাৰণে সকলোবোৰ গাড়ী অনি্র্ধাৰিত সময়ত চলাচল কৰি আছে
ಸಮಾನಾರ್ಥಕ : অনিশ্চিত, অনি্র্ধাৰিত, নভবা নিচিন্তা
ಅರ್ಥ : যিটো আশা কৰা নহয়
ಉದಾಹರಣೆ :
মোহনৰ নিচিনা ছাত্রও অপ্রত্যাশিতভাৱে পৰীক্ষাত ফেইল হৈছে
ಸಮಾನಾರ್ಥಕ : অনাকাংক্ষিত
ಅರ್ಥ : যি প্রত্যাশাৰ পৰা দূৰত
ಉದಾಹರಣೆ :
ৰামে অপ্রত্যাশিত সফলতা লাভ কৰিলে
ಸಮಾನಾರ್ಥಕ : আশাতীত, প্রত্যাশাতীত