ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যাৰ সমকক্ষ আৰু কোনো নাই
ಉದಾಹರಣೆ : বাঃ! কি অনুপম দৃশ্য
ಸಮಾನಾರ್ಥಕ : অতুলনীয়, অদ্বিতীয়, অনন্যসাধাৰণ, অনুপম, অনুপমিত, অপূর্ব, অপ্রতিম, অভূতপূর্ব, অসাধাৰণ, উপমাবিহীন, উপমাহীন, উপমাৰহিত, নিৰুপম, প্রকৃষ্ট, সর্বশ্রেষ্ঠ, সর্বোত্তম
ಅರ್ಥ : যিটো হিচাপতকৈ কম
ಉದಾಹರಣೆ : নিজৰ পৰিশ্রমৰ বলত ্তেওঁ কম সময়ৰ ভিতৰতে বহুতো উন্নতি কৰিলে
ಸಮಾನಾರ್ಥಕ : অপ্রচুৰ, অলপ, অল্প, আংশিক, কম, কিছু, ক্ষণিক, ন্যূন, লেশ
ಸ್ಥಾಪನೆ