ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যিটো লুকুওৱা যোগ্য
ಉದಾಹರಣೆ : এইটো গোপনীয় কথা, ৰামুক নকʼবা
ಸಮಾನಾರ್ಥಕ : অপ্রকট্য, গুপ্ত, গোপনীয়, গোপ্য, চাপাচী, প্রচ্ছন্ন, লুক্কায়িত
ಅರ್ಥ : যি প্রকাশৰ যোগ্য নহয়
ಉದಾಹರಣೆ : সম্পাদকে অপ্রকাশনীয় ৰচনাবোৰ ঘূৰাই দিলে
ಸಮಾನಾರ್ಥಕ : অপ্রকাশনীয়
ಅರ್ಥ : যিটো লুকুৱাই থোৱা হৈছে
ಉದಾಹರಣೆ : তেওঁ এই বিষয়ৰ লগত সম্বন্ধিত এটা গোপনীয় কথা কʼলে
ಸಮಾನಾರ್ಥಕ : অজ্ঞাত, গুপ্ত, গুহ্য, গোপন, গোপনীয়, চাপাচী, নিগূঢ়, প্রচ্ছন্ন, লুক্কায়িত
ಅರ್ಥ : যিটো কথনীয় নহয়
ಉದಾಹರಣೆ : মোৰ কিছুমান অনুভৱ অকথনীয়
ಸಮಾನಾರ್ಥಕ : অকথনীয়, অকথ্য, অনুচ্চাৰণীয়, অবক্তব্য, অবচনীয়, অবদ্য, অবাচ্য
ಸ್ಥಾಪನೆ