ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যাৰ সীমা নাই
ಉದಾಹರಣೆ : সাধুজনে ভগৱানৰ অসীম লীলাৰ গুণ-গান বখানি আছে
ಸಮಾನಾರ್ಥಕ : অপৰিসীম, অবাধ, অসীম, সীমাহীন
ಅರ್ಥ : যাৰ গভীৰতা বা তলি গম পোৱা নাযায়
ಉದಾಹರಣೆ : পণ্ডিত সুনীলৰ অগাধ জ্ঞান আছে
ಸಮಾನಾರ್ಥಕ : অগাধ, অতল, অপৰিসীম
ಅರ್ಥ : যাৰ ওচৰলৈ পৰা নাযায়
ಉದಾಹರಣೆ : মোহনে দুর্লংঘ্য পর্বত ্ পাৰ হʼবলৈ চেষ্টা কৰিছে
ಸಮಾನಾರ್ಥಕ : অগম্য, অনতিক্রমনীয়, অনতিক্রম্য, অপাৰগম্য, অলংঘনীয়, অলংঘ্য, অলঙ্ঘনীয়, অলঙ্ঘ্য, দুর্লংঘ্য, দুস্তৰ
ಅರ್ಥ : যাৰ জোখ লʼব নোৱাৰি বা যাক জোখিব নোৱাৰি
ಉದಾಹರಣೆ : সৃষ্টি অপৰিমিত সম্পদৰ খনি
ಸಮಾನಾರ್ಥಕ : অপৰিমিত, অমাপনীয়
ಸ್ಥಾಪನೆ