ಅರ್ಥ : কাৰোবাক পলুৱাই লৈ যোৱা ব্যক্তি
ಉದಾಹರಣೆ :
পুলিচে অপহৰণকাৰীক বিচাৰি তালাচী চলাই আছে
ಸಮಾನಾರ್ಥಕ : ্অপহৰণকর্তা
ಅರ್ಥ : যাৰ পেছাই লুট-পাত কৰা বা মানুহক লুটা
ಉದಾಹರಣೆ :
অপহৰণকাৰীয়ে গোটেই বাছখন লুটিলে
ಅರ್ಥ : অপহৰণ কৰা ব্যক্তি
ಉದಾಹರಣೆ :
অপহৰণকাৰীয়ে পাঁচ লাখ টকা মুক্তিপণ বিচাৰিছে
ಸಮಾನಾರ್ಥಕ : অপহৰণ-কর্তা, ্অপহৰণকর্তা