ಅರ್ಥ : আঁতৰোৱা বা পৃথক কৰা কার্য
ಉದಾಹರಣೆ :
ইয়াৰ অপসাৰণ জৰুৰী হৈ পৰিছে
ಅರ್ಥ : কোনো ব্যক্তি বা বাক্যক কোনো ঠাইৰ পৰা আঁ্তৰাই বা উলিয়াই দিয়া কার্য
ಉದಾಹರಣೆ :
আপুনি ইয়াৰ অপসাৰণ কিয় কৰিছে
ಅರ್ಥ : আঁতৰোৱা বা দূৰ কৰাৰ প্ৰক্ৰিয়া
ಉದಾಹರಣೆ :
ৰাস্তাত গোটখাই থকা জাবৰ-জোথৰবোৰ অপসাৰণ কৰা আৱশ্যক
ಸಮಾನಾರ್ಥಕ : দূৰ কৰা