ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ অপযশ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

অপযশ   বিশেষ্য

ಅರ್ಥ : গালি পৰা কার্য ্বা ভাব

ಉದಾಹರಣೆ : পৰিয়ালৰ লোকৰ গালিত অতীষ্ঠ হৈ মোহনে ঘৰ এৰি পলাই গʼল

ಸಮಾನಾರ್ಥಕ : অপামান, ককর্থ্্না, গঞ্জনা, গর্হাল, গালি, গালি-গালাজ, গালি-শপনি, গোর্হাল, গৰিহণা, ডাবি, ডাবি-হুকি, তিৰস্কাৰ, থেকেচনি, দুর্যশ, ধমক, ধমকি, নগুৰ-বিতণ্ডা, নিন্দা, নেওচা, নেওচা-কেওচা, বকনি, বকাবকি, বাক-বিতণ্ডা, ভর্ছ্্না, ভর্ৎসনা, ভেকাহি, শপনি, হুকি, ্দুর্ণাম, ্বদনাম, ্হেঁফনি, ৰটনা, ৰটনি

ಅರ್ಥ : কাৰোবাৰ ওপৰত আৰোপ কৰা দোষ

ಉದಾಹರಣೆ : নভবা নিচিন্তাকৈ কাৰো চৰিত্রত কলংক সনা উচিত নহয়

ಸಮಾನಾರ್ಥಕ : কলংক, কালিমা, দাগ, লাঞ্ছনা

ಅರ್ಥ : কুখ্যাত হোৱাৰ অৱস্থা বা ভাব

ಉದಾಹರಣೆ : ডকাইত হিচাপে ৰত্নাকৰ বদনামী পোৱাৰ বিপৰীতে ঋষি বাল্মীকি হিচাপে অধিক খ্যাতি লাভ কৰিছিল

ಸಮಾನಾರ್ಥಕ : অপকীর্তি, কুকীর্তি, কুখ্যাতি, দুর্নাম, বদনামী