ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : নিন্দা কৰোতা বা আনৰ বিষয়ে বেয়াকৈ কৈ ফুৰা লোক
ಉದಾಹರಣೆ : কবীৰে নিন্দুকসকলক কাষত ৰাখিবলৈ উপদেশ দিছে
ಸಮಾನಾರ್ಥಕ : নিন্দক, নিন্দুক
ಅರ್ಥ : যি আনৰ নিন্দা কৰি থাকে
ಉದಾಹರಣೆ : নিন্দুক ব্যক্তিয়ে আনৰ নিন্দা নকৰালৈকে শান্তি নাপায়
ಸಮಾನಾರ್ಥಕ : অপবাদক, নিন্দুক
ಅರ್ಥ : যি অপবাদৰ ৰূপত আছে
ಉದಾಹರಣೆ : এইটো অপবাদী ঘটনা
ಸಮಾನಾರ್ಥಕ : অপবাদক
ಸ್ಥಾಪನೆ