ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : পৰিপক্ক নোহোৱা অৱস্থা বা ভাব
ಉದಾಹರಣೆ : অদক্ষতাৰ কাৰণে শ্যামে এই কামটো ভালদৰে কৰিব নোৱাৰিলে
ಸಮಾನಾರ್ಥಕ : অকুশলতা, অদক্ষতা, অনিপুণতা, অপ্রবীণতা
ಅರ್ಥ : অযোগ্য হোৱা অৱস্থা বা ভাব
ಉದಾಹರಣೆ : অযোগ্যতাৰ কাৰণে তেওঁ এই পদটো নাপালে
ಸಮಾನಾರ್ಥಕ : অদক্ষতা, অনিপুণতা, অনুপযুক্ততা, অনুপযোগিতা, অনৈপুণ্য, অযোগ্যতা, অসামর্থ্য
ಸ್ಥಾಪನೆ