ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি বিশ্বাসঘাতকতা কৰে
ಉದಾಹರಣೆ : বিশ্বাসঘাতকীৰ ওপৰত আস্থা ৰখাটো উচিত হোৱা নাই
ಸಮಾನಾರ್ಥಕ : অপঘাটক, দগাবাজ, নিমখ হাৰাম, বিশ্বাসঘাতকী
ಅರ್ಥ : যি কাৰোবাক হত্যা কৰিছে
ಉದಾಹರಣೆ : এই মোকর্দ্্মাত সকলো হত্যাকাৰী ব্যক্তিক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহা হʼল
ಸಮಾನಾರ್ಥಕ : অপঘাতক, আততায়ী, খুনী, ঘাতক, নিহন্তা, প্রাণহন্তা, প্রাণহন্ত্রী, বধকর্ত্তা, বধকাৰী, বিনাশক, মাৰক, সংহাৰক, হত্যাকাৰী, হননকাৰী, হন্তাৰক, হন্ত্রী, ্বধকর্তা
ಸ್ಥಾಪನೆ