ಅರ್ಥ : অপকাৰ কৰোতা ব্যক্তি
ಉದಾಹರಣೆ :
অপকাৰীয়ে জীৱনত কেতিয়াও সুখ লাভ কৰিব নোৱাৰে
ಸಮಾನಾರ್ಥಕ : অনিষ্টকাৰী, ্অনর্থ্্কাৰী
ಅರ್ಥ : যি অপকাৰ কৰে বা অপকাৰ কৰোঁতাজন
ಉದಾಹರಣೆ :
অপকাৰী লোকে কেতিয়াও শান্তিৰে শুব নোৱাৰে
ಸಮಾನಾರ್ಥಕ : অনিষ্টকাৰী, অনুপকাৰী