ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ অন্যায় ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

অন্যায়   বিশেষ্য

ಅರ್ಥ : আনৰ লগত বলপূর্ব্্কভাৱে কৰা অনুচিত ব্যৱহাৰ যাৰ কাৰণে তেওঁৰ বহুত কষ্ট হয়

ಉದಾಹರಣೆ : ইংৰাজে ভাৰতীয় জনতাৰ ওপৰত বহুত অত্যাচাৰ কৰিছিল

ಸಮಾನಾರ್ಥಕ : অত্যাচাৰ, অত্যাচাৰ-উৎপীড়ন, অন্যায়-অত্যাচাৰ, উপদ্রৱ, উৎপাত, উৎপীড়ন, নিপীড়ন, নিষ্পেষণ, নি্র্যাতন নি্র্য্যাতন, পীড়ন, শোষণ

ಅರ್ಥ : ন্যায়হীন হোৱা অৱস্থা বা ভাব

ಉದಾಹರಣೆ : ৰজাৰ অন্যায়ৰ কাৰণেই এজন নির্দোষীৰ প্রাণ গʼল

ಸಮಾನಾರ್ಥಕ : অন্যায়-অত্যাচাৰ, ন্যায়হীনতা

অন্যায়   বিশেষণ

ಅರ್ಥ : যিটো উচিত বা যুগুত নহয়

ಉದಾಹರಣೆ : তেওঁৰ অনুচিত কথাই এই কাজিয়াৰ কাৰণ

ಸಮಾನಾರ್ಥಕ : অনুচিত, অযথার্থ, অযুগুত, অসংগত, অসজ, অসমীচীন, ন্যায়বিৰুদ্ধ, ভুল