ಅರ್ಥ : যাৰ মন অন্য কোনো বস্তু বা কথাৰ প্রতি আসক্ত হৈ আছে
ಉದಾಹರಣೆ :
অন্যমনস্ক ব্যক্তিৰ মন কোনো কামতে নবহে
ಸಮಾನಾರ್ಥಕ : উনমনা
ಅರ್ಥ : যি সাৱধান নহয়
ಉದಾಹರಣೆ :
অসাৱধান লোক বিপদত পৰে
ಸಮಾನಾರ್ಥಕ : অনৱধান, অমনোযোগী, অসতর্ক, অসাৱধান, চকু-কাণ মুদা, বে-হুঁচিয়াৰ