ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : মনোযোগ দি চোৱা কার্য
ಉದಾಹರಣೆ : শিক্ষার্থীয়ে গৱেষণাগাৰত অন্বেষণ কৰি আছে
ಅರ್ಥ : কোনো বিষয়ৰ ভালদৰে অনুশীলন কৰি সেই সম্পর্কে নতুন কথা বা তথ্যৰ বিচাৰ কৰা কার্য
ಉದಾಹರಣೆ : ৰবট বৈজ্ঞানিকৰ গৱেষণাৰ ফল
ಸಮಾನಾರ್ಥಕ : অনুসন্ধান, এষণা, গৱেষণা
ಅರ್ಥ : কোনো বিষয়ৰ তথ্য সম্বন্ধে চালিজাৰি চোৱা কার্য
ಉದಾಹರಣೆ : তহচিলদাৰে গাঁওখনৰ তদন্ত কৰিবলৈ আহি আছে
ಸಮಾನಾರ್ಥಕ : অনুসন্ধান, তদন্ত, বিচাৰ, বুজ
ಸ್ಥಾಪನೆ