ಅರ್ಥ : চকু নথকা বা চকুৰে একেবাৰে নেদেখা ব্যক্তি
ಉದಾಹರಣೆ :
অন্ধসকলৰ কাৰণে ব্রেইলি লিপি আৱিষ্কাৰ কৰা হৈছে
ಅರ್ಥ : যিজনে চকুৰে দেখা নাপায়
ಉದಾಹರಣೆ :
শ্যামে অন্ধ মানুহজনক ৰাস্তাটো পাৰ কৰাই দিলে
ಸಮಾನಾರ್ಥಕ : অন্ধলা, চক্ষুহীন, দৃষ্টিশক্তিহীন, দৃষ্টিহীন
ಅರ್ಥ : যি বিবেকবান নহয় বা যাৰ ভাল-বেয়াৰ জ্ঞান নাই
ಉದಾಹರಣೆ :
অবিবেকী কংসই ভগৱান কৃষ্ণক মাৰিবলৈ অনেক চেষ্টা কৰিছিল, কিন্তু সফল নহʼল
ಸಮಾನಾರ್ಥಕ : অজ্ঞানী, অবিবেকী, অবোধ, বিবেকশূন্য, বিবেকহীন