ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ অন্ত্যেষ্টি ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

অন্ত্যেষ্টি   বিশেষ্য

ಅರ್ಥ : মৃতদেহক জ্বলোৱা কার্য

ಉದಾಹರಣೆ : আজিকালি শৱদাহৰ বাবে চহৰত বিদ্যুৎ শৱদাহগৃহৰো নি্র্মাণ কৰা হৈছে

ಸಮಾನಾರ್ಥಕ : অগ্নিকার্য, অগ্নিক্রিয়া, অগ্নি্কর্ম্ম, অন্ত্যেষ্টিক্রিয়া, কাঠ-সংস্কাৰ, খৰি দিয়া, দাহকর্ম্ম, মৃতসৎকাৰ, শেষকৃত্য, শৱদাহ, শৱদাহন, শৱসৎকাৰ, সৎকাৰ

ಅರ್ಥ : কাৰোবাৰ মৃত্যু উপলক্ষে অনুষ্ঠিত কৰা ধার্মিক কৃত্য বা সংস্কাৰ

ಉದಾಹರಣೆ : মৃতকৰ অন্ত্যেষ্টিক্রিয়া এক পৰম্পৰাগত নিয়ম

ಸಮಾನಾರ್ಥಕ : অন্ত্যেষ্টিক্রিয়া, ক্রিয়া-কর্ম, মৃত সৎকাৰ, শেষকৃত্য, শ্মশান কৃত্য, শৱসৎকাৰ, সংস্কাৰ কর্ম, সৎকাৰ, সৎক্রিয়া