ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : সমাপ্ত হোৱাৰ ভাব বা কার্য
ಉದಾಹರಣೆ : মহাত্মা গান্ধীৰ দেহাৱসানৰ লগে লগে এটা যুগৰ অন্ত পৰিল
ಸಮಾನಾರ್ಥಕ : অৱধি, অৱসান, ইতি, উপসংহাৰ, ওৰ, খতম, নিঃশেষ, নিষ্পত্তি, নিষ্পাদন, পতন, পৰিসমাপ্তি, যতি, যৱনিকা, শেষ, শেহ, শেহান্তৰ, সমাধা, সমাপন, সমাপ্তি, সম্পূর্ণ, সাং
ಅರ್ಥ : কোনো ঘটনা আদিৰ সম্পাদন হোৱা বা অন্তিম অংশ
ಉದಾಹರಣೆ : এই কিতাপখনৰ উপসংহাৰ পঢ়াৰ পিছতহে আপুনি কোনো সিদ্ধান্তত উপনীত হʼব পাৰিব
ಸಮಾನಾರ್ಥಕ : ইতি, উপসংহাৰ, শেষ, সমাপ্তি
ಅರ್ಥ : কোনো বস্তু আদি সমাপ্ত হোৱা ভাব বা অৱস্থা
ಉದಾಹರಣೆ : কলিযুগত অন্ত নিশ্চিত
ಸಮಾನಾರ್ಥಕ : অৱসান, ইতি, ওৰ, পৰিসমাপ্তি, যতি, শেষ, শেহ, সমাপ্তি, সাং
ಅರ್ಥ : যি সকলোৰে পিছত হয়
ಉದಾಹರಣೆ : গাঁৱৰ শেষ সীমাত এটা মন্দিৰ আছে
ಸಮಾನಾರ್ಥಕ : অন্তিম, অন্ত্য, চৰম, শেষ
ಸ್ಥಾಪನೆ